Breaking News

‌অসমত অহা ৫ দিনত অবিৰত বৰষুণ হোৱাৰ সম্ভাৱনা:উপায়ুক্তক সতৰ্কবাণী মুখ্যমন্ত্ৰীৰ


আগন্তুক বাৰিষাত সাম্ভাৱ্য বানক লৈ ৰাজ্যৰ সকলো জিলা প্ৰশাসনক সতৰ্ক হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অহা পাঁচ দিনত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ কৰাৰ পাছতে দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই সকলো জিলা উপায়ুক্তৰে ভিডিঅ' কনফাৰেন্সযোগে সাম্ভাব্য বানৰ প্ৰস্তুতিৰ পর্যালোচনা কৰে। আগন্তুক পাঁচ দিনত নেৰানেপেৰা বৰষুণে ৰাজ্যত প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰি তেওঁ সকলো জিলা উপায়ুক্তক তৎপৰ হোৱাৰ নিৰ্দেশ দিয়ে। ডিমা হাচাওঁৰ বাবে তেওঁ অধিক সতৰ্ক হোৱাৰ নিৰ্দেশ দিয়া জিলা প্রশাসনক। উল্লেখ্য, আগন্তুক বাৰিষাৰ পৰি সময়ছোৱাত বৰষুণৰ ফলত হ'ব পৰা বানৰ বিভ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে উপায়ুক্ত আৰু তাৰ ৰাজ্য প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ যোগে এক ৰাভ বৈঠকত মিলিত হয়। ভিডিঅ' কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে বান প্ৰস্তুতি আৰু সঁহাৰি ৰাই ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ কৰি জনতা উপায়ুক্তসকলক নির্দেশ দিয়ে। ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কক্ষৰ পৰা তা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে তা কয় যে বাৰিষাৰ বৰষুণৰ ফলত হ'ব পৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন মৌ নিগম, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণকে ধৰি সকলো চৰকাৰী বিভাগকে কৰ সজাগ হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে যাতে বানক্ষতিগ্রস্ত লোকসকলক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব পাৰে। মুখ্যমন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্রিপাঠীক সীম ডিমা হাছাওৰ দৰে বানৰ সম্ভাৱনা থকা জিলা জি সমূহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানসকলক আগতীয়াকৈ প্ৰস্তুত হৈ থকাৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ কয় । তেওঁ বানপানীৰ সম্ভাব্য পৰিস্থিতি সম্পৰ্কত জনসাধাৰণক সজাগ কৰি তুলিবলৈ অসম পাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক সহ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আগতীয়া সতর্কবাণী ব্যৱস্থা সক্ৰিয় কৰিবলৈও কয়। বানপানী প্ৰভাৱিত এক অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ  পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক সাহায্য শিৱিৰ স্থাপন আৰু সাহায্য বিতৰণ সুশৃংখলিত কৰিবলৈ বান সাহায্য বিতৰণ কেন্দ্ৰসমূহো স্থাপনৰ দিশতো আগতীয়া থাি প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ কয়। মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক যোৱাবছৰ মথাউৰি ভঙা  অংশসমূহ পৰিদৰ্শন কৰি বিপদসংকুল স্থানসমূহ চিনাক্ত কৰি সেই অনুসৰি প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ ছে কৰিবলৈও তেওঁ লগতে উত্ত তি উপায়ুক্তসকলক বিপদসংকুল মথাউৰিৰ আৰ কাষত জিঅ' বেগ পর্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈও নিৰ্দেশ দিয়ে। বানপানীৰ সময়ছোৱাত যাতে শীঘ্ৰে বানসাহায্য বিতৰণ কৰিব পৰা যায় তাৰ বাবে পৰ্যাপ্ত খাদ্য, ১৬ পশুখাদ্য মজুত ৰখাৰ সম্পৰ্কত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ কয়। তদুপৰি পায় যোৱা বছৰ কাছাৰ জিলাত মথাউৰি ক্ষতিগ্রস্ত অথ হোৱাৰ পৰিপ্ৰেক্ষিতত শিলচৰ চহৰ ইয়াৰ বৰ পার্শ্বৱৰ্তী অঞ্চলসমূহত বানে সৃষ্টি কৰা  বিপর্যয়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মথাউৰিসমূহৰ ওপৰত চোকা দৃষ্টি ৰখাৰ শনি লগতে কোনো অসাধু চক্রই যাতে মথাউৰিসমূহ ক্ষতিগ্রস্ত কৰিব নোৱাৰে সেই দিশতো প্রয়োজনীয় পদক্ষেপ গ্রহণ থাক এই কৰিবলৈও উপায়ুক্তসকলক নির্দেশ দিয়ে। বানক্ষতিগ্রস্ত এলেকাত চিকিৎসাজনিত সমস্যা সমাধানৰ বাবে চিকিৎসক আৰু ঔষধৰ পৰ্যাপ্ততাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে  উপায়ুক্তসকলক নিজ নিজ জিলাৰ বাবে বৈঠক অনুষ্ঠিত কৰি এই সন্দৰ্ভত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কয়।মুখ্যমন্ত্ৰীয়ে শিবিৰত থকা লোকসকলৰ জৰুৰীকালীন চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি সাহায্য শিৱিৰসমূহত চিকিৎসক আৰু নাৰ্চ উপলব্ধ কৰাৰ দিশত ধিক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কামৰূপ মহানগৰ জিলাৰ ৩৮২  ভূমিস্খলন প্ৰৱণ এলেকাত অহৰহ চোকা দৃষ্টি ৰখাৰ লগতে প্ৰৱল আৰু অবিৰত বৰষুণ হৈ থাকিলে প্ৰয়োজন সাপেক্ষে ইয়াৰ প্ৰতিকাৰমূলক ব্যৱস্থা লোৱাৰ বাবেও উপায়ুক্তজনক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে অ লংঘা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালক সমগ্ৰ মহানগৰখনৰ নলা-নৰ্দমাসমূহ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিবলৈ কয় যাতে বালি আৰু জাৱৰৰ ফলত পানী প্ৰৱহনত কোনো বি ধৰণৰ বাধাৰ সৃষ্টি হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে প্ৰাহণ মহানগৰীৰ কেইবাটাও অঞ্চলত থকা পানী শখৰ নির্গমন পাম্পৰ স্থিতি সম্পৰ্কতো বুজ লয়। স্নাহণ ভিডিঅ' কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী উপায়ুক্তকে নিৰ্মাণৰ উদ্দেশ্যে  খন্দা গাঁত সমূহ অগ্রাধিকাৰৰ ভিত্তিত পুতি পেলাবলৈ কয়। শেহতীয়া পথ দুৰ্ঘটনাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে ফোন নম্বৰৰ ব্যৱস্থা কৰিবলৈ কয় যাতে তি জনসাধাৰণে পথত ঢাকনি বিহীনভাৱে থকা গাত সম্পৰ্কত প্ৰশাসনক অৱগত কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকা আৰু পাহাৰীয় জিলাসমূহলৈ যোৱা পথত বানপ্ৰৱণ আৰু ভূমিস্খলন প্ৰৱণ এলেকাত থকা পথৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ লোকনিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম কর্তৃপক্ষক কয় আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ এই ভিডিঅ' বি কনফাৰেন্সিঙৰ সময়ত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজহ মন্ত্ৰী যোগেন মোহন সেনা আৰু বায়ু সেনা বাহিনীকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে।

     দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত শনিবাৰে এটা সপ্তাহ পলমকৈ প্ৰৱেশ কৰিছে। স্বাভাবিকতে মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে শনিবাৰৰ পৰা উত্তৰ পূবৰ আন ৰাজ্য লগতে অসমতো আৰম্ভ হৈছে বৰষুণ । বেচিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু কেবা ঠাইতো ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে। সাধাৰণতে বতৰ  বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ ভ° চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়। আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত চৰ তাপমাত্ৰা বহুখিনী কমি গৈছে। ফলত ৰাইজে ৰাইজে প্ৰচণ্ড গৰমৰ পৰা বহুখিনি সকাহ লাভ কৰিছে। যাৰ বাবে ৮ আৰু ৯ জুনত ৩৯ ডিগ্ৰী  চেলচিয়াছৰে ৰাজ্যৰ ভিতৰত সর্বোচ্চ তাপমাত্ৰাৰ অভিলেখ গঢ়া তেজপুৰ চহৰৰ তাপমাত্রা দেওবাৰে নিম্নগামী হৈ ৩২.৩ ডিগ্ৰী চেলচিয়াছ হৈছে। ৯ জুনত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৮.২ ডিগ্রী চেলচিয়াছ। কিন্তু জন মৌচুমী বায়ুৰ কৃপাত দেওবাৰে ৩২.০ ডিগ্রী ৰুচেলচিয়াছলৈ হ্ৰাস পায়। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে বিয়লি সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত অসমৰ আকাশ আগন্তক এটা সপ্তাহ ধৰি  ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব । আনকি মেঘালয়, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তবর্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাঁজনী, ঢেৰেকনি, ব্ৰজপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা হৈ আছে। ইফালে প্ৰায় দুসপ্তাহৰো অধিক দিন ধৰি বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিককৈ ৭ ডিগ্ৰীৰো অধিক বৃদ্ধি  পাইছিল তাপমাত্রা। ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্রচণ্ড গৰমৰ বাবে বিদ্যালয় সমূহৰ পাঠদান কাৰ্য পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছিল। জেঠৰ গৰমে দ’ এক কথাত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছিল। কিন্তু বৰষুণ আৰম্ভ হোৱাত আজি প্রায় তিনি সপ্তাহৰ অন্তত তাপমাত্ৰা বহুখিনি কমি যোৱাত ৰাইজে গেলা গৰমৰ পৰা বহু সকাহ লাভ কৰিছে। এই কাৰ্য এটা সপ্তাহ ধৰি অব্যাহত । থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। দেওবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল এনে ধৰণৰ ডিব্ৰুগড়ত ৩৬.০ ডিগ্রী ছেলছিয়াছ, শিলচৰত ৩৫.৪ ডিগ্রী ছেলছিয়াছ, ধুবুৰীত ২৯.৩ ডিগ্রী ছেলছিয়াছ, যোৰহাটত ৩৪.০ ডিগ্ৰী ছেলছিয়াছ,উত্তৰ লখিমপুৰত ৩৫.৪ ডিগ্রী ছেলছিয়াছ। আনহাতে উত্তৰ-পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৫.০ ডিগ্রী ছেলছিয়াছ। তেনেদৰে দেওবাৰ বিয়লি পর্যন্ত গ। বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক , ১৬০ মিঃমিঃ ১৬ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে অসমৰ নলবাৰী জিলাত। তাৰ পাছত বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ? অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত হোৱা ৰ বৰষুণৰ পৰিমাণ আছিল ১০৬.৪ মিলিমিটাৰ । । মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ভূটানত যে শনিবাৰৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পর্যন্ত অব্যাহত  থাকে তেন্তে ৰাজ্যখন বানপানীৰ কবলত পৰাটো নিশ্চিত।

   পুনৰ জলপ্ৰলয় হ'ব নেকি ডিমা হাচাও জিলাত??বিগত এটা পষেক প্ৰচণ্ড গৰমৰ পিছত শুকুৰবাৰৰ পৰা । ৰাজ্যত মৌচুমীৰ আগমন ঘটিছে। ফলত উৎকত গৰমৰ পৰা জনতাই সকাহ পাইছে। এই তিনিদিন ৰাজ্যৰ প্ৰায় সকলো স্থানতে বৰষুণ দিছে ধাৰাসাৰে। বৰষুণে খেতিয়ক ৰাইজৰ মনলৈ আনিছে সকাহ । কঠীয়া পৰা আৰম্ভ কৰিছে কৃষক ৰাইজে। ইয়াৰ মাজতে কিন্তু ডিমা হাচাও জিলাৰ  জনতালৈ আহিছে এক সকীয়নি। পঢ়ুৱৈ ৰাইজৰ হ মনত আজিও নিশ্চয় সজীৱ হৈ আছে বিগত বছৰৰ মে' মাহত ডিমা হাচাও জিলাত হোৱা যা প্ৰণয়ংকৰী প্ৰকৃতিৰ দুৰ্যোগৰ কথা। প্রবল বৰষুণত হোৱা ভূমিস্খলনত পুত খাই পৰিছিল হাফলং আৰু ডাউতাহাজা ৰে'ল ষ্টেচন। মাইবং হাফলঙৰ । মাজত যোগাযোগ ছিন্ন হৈ পৰিছিল। ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'লৰ যোগাযোগ বিছিন্ন হোৱাৰ পিছত বহিঃবিশ্বৰ লগত সকলো যোগাযোগ । বিছিন্ন হৈছিল ডিমা হাচাও জিলাৰ। এইবছৰো তেনে হ'ব নেকি? বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলার্ট জাৰি কৰি কৰিছে যে অহা ৫টা দিন ডিমা  হাচাও জিলাত ধাৰাসাৰ বৰষুণ হ'ব। এই প্রবল বৰষুণৰ পৰা হ'ব পৰা ক্ষতিৰ বাবে সকলো পক্ষকে  সতৰ্ক কৰি দিয়া হৈছে। দুৰ্যোগ হ'ব পৰা সম্ভাব্য বিপদৰ পৰা জনতাক ৰক্ষা কৰিবলৈ সকলো ব্যৱস্থা হাতত লৈছে। আজি ডিমা হাচাও জিলাৰ উপায়ুক্তৰ লগত হোৱা ভি ডি অ কনফাৰেন্স যোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সম্ভাব্য বিপদৰ পৰা জনতাক ৰক্ষা কৰাৰ বাবে কাইলৈ ৪০ জনীয়া এটা দল পঠাব বুলি কয় । ডিমা হাচাও জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে , সংবাদ মাধ্যমৰ আগত কয় যে আমি প্রকৃতিক দুৰ্য্যোগৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছো।খণ্ড উন্নয়ন বিষয়া সকলৰ অধ্যক্ষ ৰূপে সাহায্য সমিতি গঠন কৰা হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে চৰকাৰী বিষয়াৰ লগতে । স্বেচ্ছাসেৱী সংগঠনৰ স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দি  বিগত বছৰৰ দৰে পৰিস্থিতি হ'লে কেনেদৰে সাহায্য আৰু উদ্ধাৰ অভিযান চলাব তাৰ বাবে সাজু কৰি ৰখা হৈছে। খাদ্য সামগ্ৰীৰ যাতে নাটনি  নহয় তাৰ ব্যৱস্থাও কৰা হৈছে বুলি কয় উপায়ুক্ত গৰাকীয়ে। জিলা প্রশাসনে ছেটেলাইট ফোনৰ লগতে জনতাৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। নম্বৰ কেইটা হ'ল— 03673236324 / 0167310৭৭ আৰু 9435330412। বিগত বছৰ জাতিংগা আৰু মাহুৰ নৈয়ে প্রলয়ৰ সৃষ্টি কৰিছিল। যাৰ ফলত বড় হাফলং আৰু লৱাৰ হাফলং ছিন্নভিন্ন হৈছিল। মাইবঙত প্রলয় হৈছিল। সেয়ে অহা দিন কেইটা ডিমা হাচাও জিলাৰ জনতা সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে উপায়ুক্তই। লগতে যি কোনো বিপদত টল-ফ্রী নম্বৰত ফোন কৰিবলৈ অনুৰোধ জনাইছে। 

No comments