Breaking News

নগাঁৱৰ মৰিকলঙৰ পৰা সন্ধানহীন ৩৪বছৰীয়া যুৱক


নগাঁৱৰ মৰিকলঙৰ পৰা সন্ধানহীন হৈছে ছফিকুল ইছলাম নামৰ ৩৪বছৰীয়া যুৱক।৬ জুলাই পৰা সন্ধানহীন যুৱক জনে চলোৱা  টমটম খন পিছদিনা উদ্ধাৰ হ'ল ইটাপাৰা দলঙৰ তলৰ পৰা। কিন্তু আজিৰ লৈকে ব্যক্তি জনৰ সন্ধান ওলিয়াব নোৱাৰিলে স্মাট নগাঁও আৰক্ষীয়ে। উপায়হীন হৈ সন্ধান হীন ব্যক্তি গৰাকীৰ পত্নী য়ে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনালে ৰাইজলৈ।যদি ছফিকুল ইছলামৰ সন্ধান পাই তেন্তে   99578-50699 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। 

No comments