Breaking News

নগাঁৱৰ ধিঙত ভয়ঙ্কৰ কাণ্ড। নগাঁৱৰ ধিঙৰ শালকাটিত ভতিজাকে চুৰিকাঘাট কৰিলে খুড়াকক



বিভূতি বৰা, নগাঁওঃ নগাঁৱৰ ধিঙত ভয়ঙ্কৰ কাণ্ড। নগাঁৱৰ ধিঙৰ শালকাটিত ভতিজাকে চুৰিকাঘাট কৰিলে খুড়াকক। খুড়াক ৰহমত উল্লাহক চুৰিকাঘাট কৰাত মুমূৰ্ষ অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ। ভতিজা ফজলুল কৰিমে চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰে । ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল ৰহমত উল্লাহৰ পৰিয়ালৰ।



No comments