Breaking News

মৰঙীৰ উদয়ণ চাহ বাগিচা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।মহিলা শ্ৰমিকক অভব্য আচৰণৰ অভিযোগ বাগিচাৰ মেনেজাৰৰ বিৰুদ্ধে ।



ডিজিটেল সংবাদ, নুমলীগড়ঃ বৃহস্পতিবাৰে চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল উদয়ণ চাহ বাগিচা। চাহ বাগিচা খনৰ  জনৈক হাজৰিকা নামৰ এগৰাকী মেনেজাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে মহিলা শ্ৰমিকক অভব্য আচৰণৰ অভিযোগ। শ্ৰমিকক দুৰ্ব্যৱহাৰ অভিযোগ চাহ বাগিচাৰ মেনেজাৰ গৰাকীৰ বিৰুদ্ধে।বকেয়া আদায় নিদিয়া আদি বিভিন্ন অভিযোগ উত্থাপিত কৰি  শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জনৈক হাজৰিকা নামৰ মেনেজাৰ গৰাকীক চাহ বাগিচা খনৰ পৰা বদলি কৰাৰ দাবী জনাইছে ভাৰতীয় চাহ মজদুৰ সংঘই।



No comments