Breaking News

তেজপুৰ ভোজখোৱা চেণ্টাৰত ভয়ংকৰ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতানে নিহত এজন



বিশ্বজ্যোতি কলিতা, তেজপুৰঃ তেজপুৰ ভোজখোৱা চেণ্টাৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী বাহন আৰু ই-ৰিক্সাৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত এজন।  গৰু কঢ়িয়াই অনা AS 02DC5384 নম্বৰৰ এখন TATA ডি আই বাহনৰ খুন্দাত থিতাতে নিহত হয়এজন ই-ৰিক্সা চালক৷ দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সাখনৰ নম্বৰ AS32ER 2604৷ নিহত ই-ৰিক্সাৰ চালকজন বাটমাৰীৰ ইব্ৰাহিম আলী বুলি জনা গৈছে।



No comments