Breaking News

পত্নীৰ সৈতে মাছেৰে ভাত খোৱা নহ'ল দেৰগাঁৱৰ বংশী ৰবিদাসৰ



ডিজিটেল সংবাদ, দেৰগাঁওঃ মঙ্গলবাৰে নিশা পত্নীয়ে ভাত বঢ়াৰ পিছতো স্বামীয়ে কৈছিল মাছ দুটা ধৰি আনো, মাছৰ পিতিকাৰে দুইটাই ভাত খাম । কিন্তু শীতল দেহ হৈ উভটিল স্বামী। SDRF ৰ দিনযোৰা অভিযানত বুধবাৰে বিয়লি প্ৰায় ৪ মান বজাত উদ্ধাৰ হ'ল দেৰগাঁৱৰ বংশী ৰবিদাসৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে দেৰগাঁৱৰ ২ নং খকন্দগুৰিষ কান্দোনৰ ৰোল উঠিছে। কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়াল, গাঁওবাসী। 



No comments