Breaking News

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ জাতিধংসী, থলুৱা যুৱক-যুৱতী বিৰোধী জাননী জাৰিৰ পিছতেই গোলাঘাটত কেইবাটাও দল-সংগঠনৰ যৌথ প্ৰতিবাদ



ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ  জাতিধংসী, থলুৱা যুৱক-যুৱতী বিৰোধী জাননী জাৰিৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ জোঁৱাৰ উঠে। অৱশ্যে  ৰাইজৰ প্ৰবল প্ৰতিবাদ দেখি চৰকাৰৰ মূৰ পুলুকাস্থিতি। বুধবাৰে বানপানীত অসমৰ ৰাইজ বিধস্ত হৈ থকাৰ সময়তে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি দৰে জনপ্ৰতিনিধিৰ ক্ষেত্ৰত চূডান্ত স্বাৰ্থপৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু অসম চৰকাৰৰ অধীনস্থ সকলো চাকৰী অসমৰ যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰাৰ দাবীত  গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমূখত কৃষক মুক্তি, আটাছু, বীৰ লাচিত সেনা, সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, জাতীয় সংগ্ৰামী সেনাৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।




No comments