Breaking News

ৰসজ্ঞৰ মজিয়াত ঈশ্বৰ পুৰুষ জুবিন গাৰ্গৰ স্মৃতি চাৰণ সভা



ডিজিটেল ডেস্কঃ ৰসজ্ঞৰ মজিয়াত দেওবাৰে সন্ধিয়া ৭ বজাত ঈশ্বৰ পুৰুষ জুবিন গাৰ্গৰ স্মৃতি চাৰণ সভা এখন অনুষ্ঠিত হৈ যায়। সভাৰ আঁত ধৰে মালবিকা শৰ্মাই । উক্ত সভাত উপস্থিত থাকে সুদূৰ কম্বোডিয়াৰ পৰা তাপস ৰঞ্জন দাশ, বিশিষ্ট পৰিৱেশবিদ তথা সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, ত্ৰাতৃৰ প্ৰতিষ্ঠাতা ত্ৰিদীপ বৰুৱা, পাপৰি দেৱী, মিন্টু (অভিজ্ঞান) বৈশ্য, প্ৰণীতা হালৈ, ভাস্কৰ,কৰবী বৰা, দিশান্ত পৰাশৰ, অপূৰ্ব পাঠক, গৌতম গায়ন, জেউতি শিখা দাস, কিশোৰ দাস, সীমান্ত বৰ চেতিয়া,ভাৰ্গৱ দত্ত। জুবিন গাৰ্গৰ গীত _কবিতাৰে প্ৰাণৰ শিল্পীজনৰ বাবে ৰসজ্ঞ পৰিয়ালৰ পৰা এটা দিন উৎসৰ্গা কৰা হয়।

No comments